Skip to content

শ্ৰমিক দিৱস..

Jyotsna Kalita Choudhury
May 1, 20250 second read

বিশ্বৰ দৰবাৰত আজি শ্ৰমিক দিৱস,
কৰ্মৰ আহৰি নোহোৱা শ্ৰমিকে
বছৰত এদিন মাত্ৰ লৈ জিৰণি ।
সৰু বৰ নাই যে শ্ৰমৰ
ত্যাগ আৰু সততাৰে
শ্ৰমিকৰ কৰ্মৰ পৰিচয়
ঘামাক্ত শৰীৰ কঠোৰ
পৰিশ্ৰমৰ খনিকৰৰ অৱদান
দেশৰ সমৃদ্ধি সভ্যতাৰ প্ৰতিটো পথত
শ্ৰমৰ সন্মান আৰু উচিত মজুৰি
নিৰাপত্তাৰে শ্ৰমিকৰ জীৱন হয়
উজ্জ্বল ভৱিষ্যত।
কঠিন প্ৰয়াস জীৱন সংগ্ৰাম
প্ৰতিটো ঘামৰ টোপালত শ্ৰমিকে
গঢ়ি তোলে এখনি সপোনৰ নিলয়।
শ্ৰমিক হল অগ্রগতিৰ চাবিকাঠি
শ্ৰমিকৰ অবিহনে সকলো বিকল
সৃষ্টিৰ এই জগতখনি ।।

Related Articles

Facebook Posts
📌অসমৰ ১৫ টা জাপিৰে আজি পুৱা ৭ বজাৰ লগে লগে খোল খালে কেদাৰনাথ মন্দিৰৰ মুল দুৱাৰ .....📌লাখ লাখ ভক্তৰ ভিৰ হোৱা পৰিলক্ষিত হ'ল কেদাৰনাথ ধামত ...... ... See MoreSee Less
View on Facebook
📌সোণতলীত কৃতি ছাত্ৰ- ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন......📌কামৰূপ জিলাৰ নৱগঠিত ছমৰীয়া সমষ্টিৰ অন্তৰ্গত সোণতলী স্থিত শ্বান একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উদ্যোগত আয়োজিত সম্বৰ্ধনা..... ... See MoreSee Less
View on Facebook
📌একাংশ দুখীয়া মহিলাৰ পৰা সংগ্ৰহ কৰিলে ৫০০ টকাকৈ কিন্তু টকা দিয়াৰ পিছতো বঞ্চিত হ'ল অৰুণোদয় আঁচনিৰ পৰা...... ... See MoreSee Less
View on Facebook
📌পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ চলি থকাৰ মাজতে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত চোৰাং চিকাৰীয়ে নিধন কৰিলে তিনিটা হাতী..... ... See MoreSee Less
View on Facebook
Most Discussed
Back To Top