জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Sunday, September 20, 2026

Tumbbad: এক ৰহস্যময় অধ্যায় (movie review)

by Janagana Desk
1 minutes read

“লোভেই পাপ, পাপেই  মৃত্যু।”

প্ৰবাদটো শুনা নাই বহুত কম মানুহ আছে। আমাৰ দেশৰ বেছিভাগ মানুহে বিদ্যালয় পৰ্যায়ত  আমি এখন চলচ্চিত্ৰৰ বিষয়ে জানিম য’ত এই প্ৰাচীন প্ৰবাদটোৰ মহান আৰু শৈল্পিক প্ৰতিফলন ফুটি উঠিছে।

“Tumbbad” হৈছে এক চলচ্চিত্ৰ যত অন্তৰ্নিহিত আছে এক ৰহস্যময় অধ্যায় । পৌৰাণিক কাহিনী, ভৌতিকতাৰ সংমিশ্ৰনৰ  অনন্য আৰু মনোমোহা সোৱাদ। এক ভয়ংকৰ আভাৰে আৱৰি থকা Tumbbad হৈছে কল্পনা আৰু লোককাহিনীৰ সংমিশ্ৰিত কাহিনী। 2018 চনত মুক্তি প্ৰাপ্ত, ৰাহি অনিল বৰভে আৰু আদেশ প্ৰসাদৰ দ্বাৰা পৰিচালিত এই ভাৰতীয় কাল্পনিক চলচ্চিত্ৰখনে এক ব্যতক্ৰমী কাহিনী দৃশ্যমান কৰে যি দৰ্শকক অতুলনীয় আমোদ দিব।


“Tumbbad” এখন অতি সুনিৰ্মিত চলচ্চিত্ৰ।কাহিনী ধাৰণা আৰু সামগ্ৰিক কল্পনা সাংঘাতিক! যিয়ে ছবি খনক আন্তঃৰাষ্ট্ৰীয় মানদণ্ড প্ৰদান কৰিবলৈ সক্ষম হৈছে।ভাৰতত এনে ধৰণৰ চিনেমা নিৰ্মাণ হোৱা দেখি গৌৰৱান্বিত অনুভৱ কৰো ।

Was this article helpful?
Yes0No0

You may also like