170
নাৰী তুমি সৃষ্টি জননী
নাৰী তুমি সৃষ্টি জননী
তোমাৰ শক্তি অপাৰ,
তুমি মমতাৰ ৰূপ,
সন্তানৰ লালন পালন কৰি
তুমিয়ে সিহঁতৰ অংগ স্বৰূপ,
তুমি প্ৰতিবাদীৰ ৰূপ
অন্যায় বিৰোধী উচিত ন্যায়ৰ
জীৱনৰ ৰংগমঞ্চত
ভিন্ন ৰূপত তুমি অভিনেত্ৰী।
ধৈৰ্য, ত্যাগ গুণৰ অধিকাৰী তুমি
হে বিৰংগনা নাৰী।
তুমি ধন্য ৷
Was this article helpful?
Yes0No0