Skip to content

শিশুৰ বাবে সামাজিক মাধ্যম বন্ধ হওঁক

Janagana Desk
December 6, 20241 second read
Social Media for Child

সামাজিক মাধ্যমৰ পয়োভৰ দিনক দিনক অধিক মাত্ৰাত বৃদ্ধি পাব ধৰিছে। ডিজিটেল যুগত, ছ’চিয়েল মিডিয়াই কোটি কোটি লোকৰ দৈনন্দিন জীৱনত নিজকে নিৰৱচ্ছিন্নভাৱে অন্তৰ্ভুক্ত কৰিছে। সামাজিক মাধ্যমৰ প্ৰভাৱত আজিৰ যুগৰ  শিশুৰ পৰা বৃদ্ধলৈ। এই ভয়াবহকতাই মানুহক সচেতন কৰিব পৰা নাই। দ্য লেঞ্চেট আলোচনীত প্ৰকাশিত শেহতীয়া তথ্যই প্ৰকাশ কৰে যে ইনষ্টাগ্ৰাম আৰু ফেচবুকত ৰিল চোৱা বা এক্স স্ক্ৰল কৰা (পূৰ্বতে টুইটাৰ) লোকৰ সংখ্যা সৰ্বাধিক। এই বৰ্ষৰ মাৰ্চ মাহত কৰা আন এক জৰীপে প্ৰকাশ কৰিছিল যে ৫-১৬ বছৰ বয়সৰ প্ৰায় ৬০ শতাংশ শিশুৱে সম্ভাৱ্য ডিজিটেল আসক্তিৰ পৰিচায়ক আচৰণ প্ৰদৰ্শন কৰে। এনে সময়তে অষ্ট্ৰেলিয়া চৰকাৰে এক উল্লেখনীয় পদক্ষেপ হাতত লৈছে। শেহতীয়াকৈ অষ্ট্ৰেলিয়াত ১৬ বছৰৰ তলৰ শিশুৰ বাবে সামাজিক মাধ্যম নিষিদ্ধ কৰিবলৈ আইন প্ৰৱৰ্তন কৰিছে।

ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে (এনচিপিচিআৰ) ২০২১ চনত কৰা এক অধ্যয়ন অনুসৰি, বয়সৰ সীমাবদ্ধতা থকা স্বত্বেও ১০-১৪ বছৰ বয়সৰ ৩৭ শতাংশ ভাৰতীয় শিশুৱে নিয়মীয়াকৈ ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰে।

ভাৰতবৰ্ষৰ দৰে দেশতো শিশুৰ বাবে সামাজিক মাধ্যম নিষিদ্ধ কৰাৰ সময় আহি পৰিছে। শিশুসকলক সামাজিক মাধ্যমৰ পৰা সুৰক্ষা দিয়াটো অত্যন্ত গুৰুত্বপূৰ্ণ। যিখন দেশত ইণ্টাৰনেটৰ প্ৰৱেশ দ্ৰুতগতিত বৃদ্ধি পাইছে, সেই দেশত এই বিষয়বোৰ গুৰুত্বপূৰ্ণ।

Janagana Desk

Janagana Barta News Desk, Guwahati.

Related Articles

Facebook Posts
কন্ঠ শিল্পী জুবলীৰ ভাতৃ তেজয় বৰুৱাৰ বিয়োগ...চিকিৎসাধীন অৱস্থাতে নিয়তিৰ ওচৰত হাৰ মানিলে... ... See MoreSee Less
View on Facebook
📌পশ্চিম গজালি পাৰ প্ৰাক্-প্ৰাথমিক বিদ্যালয় খেলব পথাৰত বাই-চাগী বিচু উদযাপন.....📌দুদিনীয়া বৰ্ণিল কাৰ্যক্ৰমণিকাৰে যোৱা শুক্ৰবাৰে পুৱা পতাকা উত্তোলন,স্মৃতি তৰ্পণ,জয় ধ্বনি,যুৱক-যুৱতীৰ দ্ধাৰা খেল-ধেমালি,আদি অনুষ্ঠান..... ... See MoreSee Less
View on Facebook
📌পশ্চিমবংগত হিন্দু সকলৰ ওপৰত হোৱা নিৰ্যাতনৰ বিৰুদ্ধে সত্ৰ ভূমি মাজুলীত বিশ্ব হিন্দু পৰিষদ মাজুলী জিলা সমিতিৰ উত্তাল প্ৰতিবাদ:.... ... See MoreSee Less
View on Facebook

2 days ago

জনগণ বাৰ্তা
📌শিৱসাগৰত বিশ্ব হিন্দু পৰিষদৰ প্ৰতিবাদ......📌পশ্চিম বংগত হোৱা হিংসা আৰু ৰাজ্য চৰকাৰৰ অকৰ্মণ্যতাৰ বিৰোদ্ধে শিৱসাগৰত হোচ্চাৰ বিশ্ব হিন্দু পৰিষদ..... ... See MoreSee Less
View on Facebook
📌চতিয়াত অসমৰ প্ৰথম মুকলি বিহু মাধুৰী আঁহতৰ তলৰ মুকলি বিহুৰ ১০৭ সংখ্যক বৰ্ষৰ মুকলি বিহুৰ সফল পৰিসমাপ্তি..... ... See MoreSee Less
View on Facebook
Most Discussed
Back To Top