জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Saturday, September 5, 2026

by Janagana Desk
1 minutes read

হেৰৌ নিবনুৱা হল মানেই নাভাবিবি যে সুযোগ লৈ শাৰীৰিক তৃপ্তি লবি ! আমাৰ অসমৰ বাই ভনী হয় আৰু তেওঁলোকে এটা চাকৰিৰ বাবে নিযুক্তি পৰীক্ষা দিবলৈ গৈছিল।

পৰীক্ষাৰ এডমিত কাৰ্ডৰ ২২ টা নিৰ্দেশাৱলীৰ কতো উল্লেখ কৰা নাছিল গোপন অংগৰ এনেধৰণৰ তালাচি । কেন্দ্ৰত তালাচীৰ নামত কেইবাঠাইতো আতিশয্যৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগসমূহ অতি গুৰুতৰ, চিন্তনীয় আৰু এখন সুসভ্য সমাজৰ বাবে লজ্জাজনক l ব্যক্তি-গোপনীয়তা ভংগ কৰা এনেধৰণৰ ঘটনাসমূহ অতি নিন্দনীয় আৰু আৰু গৰিহণাৰ যোগ্য।

হুচিয়াৰ !

Was this article helpful?
Yes0No0

You may also like