হেৰৌ নিবনুৱা হল মানেই নাভাবিবি যে সুযোগ লৈ শাৰীৰিক তৃপ্তি লবি ! আমাৰ অসমৰ বাই ভনী হয় আৰু তেওঁলোকে এটা চাকৰিৰ বাবে নিযুক্তি পৰীক্ষা দিবলৈ গৈছিল।
পৰীক্ষাৰ এডমিত কাৰ্ডৰ ২২ টা নিৰ্দেশাৱলীৰ কতো উল্লেখ কৰা নাছিল গোপন অংগৰ এনেধৰণৰ তালাচি । কেন্দ্ৰত তালাচীৰ নামত কেইবাঠাইতো আতিশয্যৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগসমূহ অতি গুৰুতৰ, চিন্তনীয় আৰু এখন সুসভ্য সমাজৰ বাবে লজ্জাজনক l ব্যক্তি-গোপনীয়তা ভংগ কৰা এনেধৰণৰ ঘটনাসমূহ অতি নিন্দনীয় আৰু আৰু গৰিহণাৰ যোগ্য।
হুচিয়াৰ !