ভেলা ঘৰ সাজি ভোজ ভাতৰ
আনন্দ হিয়াৰ আমুঠো মাঘ বিহু
মেজিৰ জুইৰে অগ্নি দেৱতাক প্ৰার্থনা জনাই দৰিদ্ৰতাৰ দুখ অশান্তি সমৰ্পণ কৰি মেলানিও মাগে যে শীত
হৰিৰধ্বনিৰে মুখৰিত হয়
নামঘৰে নামঘৰে
ঘৰে ঘৰে পিঠা পনা দৈ চিৰা সম্ভাৰ
খাদ্যৰ উভৈনদী ভোগৰ উৎসৱ
বুলবুলি চৰাইৰ যুঁজ, ম’হ যুঁজ, কণীযুঁজ, কড়ীখেল, নাওখেল
অসমীয়া প্ৰাণত সমাজৰ ঐক্য মিলাপ্ৰীতিৰ ভাৱৰ অটুত বান্ধুন
অসমীয়া জাতিৰ
পৰম্পৰাগত নীতি নিয়ম
অসমীয়াৰ ব্যঞ্জন ভোগালী বিহু অসমীয়াৰ স্বভিমান ।।।
মাঘ বিহু
January 14, 2025•0 second read

Related Articles
Facebook Posts
জনগণ বাৰ্তা
was live.
4 days ago
📌হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সুখ্যাৰ্তীৰে উৰ্তীৰ্ণ হোৱা শিবসাগৰৰ গনকপতিৰ বাসিন্দা শিবসাগৰ নিউলুক একাদমীৰ ছাত্ৰ অঞ্চীত শইকীয়াৰ সৈতে অপৰ্না ভৰালীৰ এক আছুতীয়া সাক্ষাৎকাৰ....
... See MoreSee Less
জনগণ বাৰ্তা
was live.
4 days ago
📌দক্ষিণ কামৰূপৰ সোণতলী টুপামাৰী সংযোগী পথত ভয়ংকৰ দৃশ্য....
📌বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ গুৰুত্বপূৰ্ণ পথচোৱাত ঠায়ে ঠায়ে হৈ পৰিছে পুখুৰী সদৃশ....
শ্বাহানুৰ ইছলাম, সোণতলী।
... See MoreSee Less
5 days ago
📌বকোৰ বৰুৱা গাও পঞ্চায়তত PMAY-G ঘৰ প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি লাভ কৰিলে অচিনাকী বাসিন্দাই....
... See MoreSee Less
5 days ago
📌জনপ্ৰতিনিধিয়ে নাজানে অসমৰ মুখ্যমন্ত্ৰী কোন.....
... See MoreSee Less
5 days ago
📌বিশ্বনাথৰ বাঘমাৰী চাহ বাগিছাৰ পুৰুব লাইনত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰয়াত সভাপতি তথা আদিবাসী জনগোষ্ঠীৰ জাতীয় নায়ক বজ্ৰ কণ্ঠ আচাৰ বাঘমৰা আঞ্চলিক সমিতিৰ উদ্যোগত প্ৰয়াত প্ৰদীপ নাগলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান.....
... See MoreSee Less
Most Discussed