জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Wednesday, September 16, 2026

মুখ্যমন্ত্ৰী সমীপেষু…

by Janagana Desk
1 minutes read

(১) গুৱাহাটীৰ কৃত্ৰিম বানপানী নিয়ন্ত্ৰণৰ সমাধানৰ বাবে অসম চৰকাৰৰ কি পৰিকল্পনা আৰু ক্ষমতাত অহাৰ পিছত আজিলৈ এইখন চৰকাৰে এই বিষয়ে কি কি পদক্ষেপ গ্ৰহণ কৰিছে?

(২) গুৱাহাটীৰ কৃত্ৰিম বানপানী নিয়ন্ত্ৰণৰ বাবে চৰকাৰে আজিলৈ কিমান ধন ব্যয় কৰিলে আৰু কি কি কামত কিমান ব্যয় কৰিলে (প্ৰতি বছৰে ২০১৬ৰ পৰা)?

চৰকাৰী উত্তৰ পালেই সেয়া অহা খণ্ডত প্ৰকাশ কৰা হ’ব। সমূহ পঢ়ুৱৈ ৰাইজকো অনুৰোধ জনোৱা হ’ল যদিহে ৰাজহুৱা স্বাৰ্থত কোনো তথ্য চৰকাৰৰ পৰা জানিবলৈ বিচাৰে আমালৈ মেইল কৰক। আমাৰ মেইল ঠিকনা উল্লেখ কৰা হ’লঃ news@janaganabarta.com।

Was this article helpful?
Yes0No0

You may also like